Ticker

6/recent/ticker-posts

Header Ads Widget

Responsive Advertisement

STATE BIRD OF ASSAM WHITE-WINGED WOODDUC । অসমৰ ৰাজ্যিক চৰাই দেও হাঁহ



দেও হাঁহ - State bid of Assam অসমৰ ৰাজ্যিক চৰাই হিচাপে পৰিচিত, যেনেদৰে জন্তুৰ ভিতৰত এশিঙীয়া গড় অসমৰ ৰাজ্য়িক প্ৰতিক, সেইদৰে এই দেওঁ হাঁহ হৈছে অসমৰ ৰাজ্য়িক চৰাই। বৰ্তমান অমাৰ বাবে দূখৰ বিষয় যে এই চৰাই বিধৰ সংখ্য়া একেবাৰে কমি আহিছে।

এই দেও হাঁহ পৃথিৱীৰ পৰা লুপ্তপ্ৰায় অৱস্থাত থকা আটাইতকৈ বিপদাপন্ন হাঁহবোৰৰ এটা প্রজাতি। দেখিবলৈ দুনিয়া মূৰৰ অংশ বগা আৰু কলা দাগ থকা এই হাঁহ বিধ ঘন চিৰসেউজ অৰণ্যত বাস কৰে।

এই হাঁহ বৰ্তমান অসমৰ নামেৰি, দিহিং-পাটকাই, ডিগবৈ আৰু ডুমডুমাৰ কাষৰীয়া বনাঞ্চলৰ বাহিৰে বাকী অঞ্চলত দেখা পোৱা নাজায়।

সেয়েহে অমাৰ অসমৰ ৰাজ্যিক চৰাইৰ মৰ্যাদা প্ৰাপ্ত এই দেও হাঁহ সংৰক্ষণ আৰু ইয়াক সুৰক্ষা দি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে আমি সকলোৱে আগ বাঢ়ি আহিব লাগে।

Post a Comment

0 Comments